You don't have javascript enabled. Please Enabled javascript for better performance.

আপোনাৰ অনুভৱেৰে মাতৃলৈ চেনেহৰ উপহাৰ

Start Date: 08-05-2019
End Date: 20-05-2019

মাতৃ অবিহনে এই পৃথিৱীত কোনো ব্যক্তিৰ যাত্ৰা সম্পূৰ্ণ হ’ব নোৱাৰে। ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

মাতৃ অবিহনে এই পৃথিৱীত কোনো ব্যক্তিৰ যাত্ৰা সম্পূৰ্ণ হ’ব নোৱাৰে। মাতৃৰ কোলাতে আৰম্ভ হয় জীৱনৰ আদি পাঠশালা। অনেক প্ৰত্যাহ্বান নেওচি জীৱনযাত্ৰাত আগুৱাই যোৱাৰ প্ৰেৰণা যোগায় মাতৃয়ে। সেয়েহে মাতৃস্নেহৰ স্বীকৃতিস্বৰূপে প্ৰতি বছৰে মে’ মাহৰ দ্বিতীয় দেওবাৰটো “আন্তৰ্জাতিক মাতৃ দিৱস” হিচাবে পালন কৰা হয়।
অহা ১২ মে’ মাতৃ দিৱস উপলক্ষে মাতৃৰ স’তে থকা আপোনাৰ স্মৰণীয় মুহূৰ্তবোৰ জনতাৰ চৰকাৰ MyGov Assam ৰ জৰিয়তে শ্বেয়াৰ কৰক।
আপোনাৰ মাতৃলৈ মৰমৰ কৃতজ্ঞতাৰে তেওঁৰ বাবে লিখা এটি গীত, ভিডিঅ’, সৰল মুহুৰ্ত (Candid Moments)-ৰ ফটো , কবিতা অথবা যিকোনো লেখা জনতাৰ চৰকাৰ MyGov Assam লৈ প্ৰেৰণ কৰক।

শ্ৰেষ্ঠ হিচাবে নিৰ্বাচিত সমল জনতাৰ চৰকাৰ MyGov Assam ৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহত ব্যৱহাৰ কৰা হ’ব।

অন্তিম তাৰিখ – ২০ মে’, ২০১৯

(লেখা অথবা সমল মৌলিক হোৱাটো বাধ্যতামূলক)

সকলো মন্তব্য
মুঠ অৱদান ( 108) অনুমোদিত অৱদানসমূহ (105) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (3) জমা বন্ধ
Reset
1 তথ্য পোৱা গ’ল
6530

Kaltyan Sarkar 4 বছৰ 11 হিচাপপূৰ্বে

“MOTHER”
Mother is a pearl,
And not a churl,
Will never produce a burl in a purl.
In the word of womanhood when she shifts things from
here and there and reorganises herself,
Teach us how to become a sculptor or an anointer
And not an abductor or a polluter.
Blessed with many femininity attributes which are concatenated,
Helps them not only to perambulate a neonate,
But to hyphenate and encapsulate,
Which in turns helps them to conciliate and to illuminate,
And not to lacerate or impersonate.