- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
মাই গভ্ অসম সেউজ বন্ধু
আপুনি পৰিৱেশৰ প্ৰতি কিমান সচেতন? গছপুলি ৰোপণেৰে আপুনি পৰিৱেশ ...
আপুনি পৰিৱেশৰ প্ৰতি কিমান সচেতন? গছপুলি ৰোপণেৰে আপুনি পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত অনুকৰণীয় ভূমিকা গ্ৰহণ কৰি আহিছে নেকি যিয়ে হয়তো অইন বহু লোকক ইয়াৰ প্ৰতি আগ্ৰহী কৰি তুলিব পাৰে? অথবা আপুনি এনে কোনো ব্যক্তিৰ বিষয়ে অৱগত নেকি যিয়ে ব্যক্তিগতভাৱে গছপুলি ৰোপণৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত বহু অনুকৰণীয় পদক্ষেপ হাতত লৈ আহিছে?
৫ জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে জনতাৰ চৰকাৰ মাই গভ্ অসমে আয়োজন কৰিছে এক বিশেষ কাৰ্যসূচী। গছপুলি ৰোপনেৰে পৰিৱেশ সচেতনতা সৃষ্টিৰ ক্ষেত্ৰতা আগভাগ লৈ অহা কোনো ব্যক্তিৰ বিতং কাৰ্যকলাপ সম্পৰ্কে ১০০ শব্দৰ ভিতৰত লিখি আমালৈ প্ৰেৰণ কৰিব পাৰে। লিখনিৰ সৈতে পৰিৱেশপ্ৰেমী ব্যক্তিগৰাকীৰ ফটো প্ৰেৰণ কৰাটো বাধ্যতামূলক। নিৰ্বাচিত ব্যক্তিসকলক জনতাৰ চৰকাৰ মাই গভ্ অসমে পৰিচিত কৰাব ইয়াৰ ছ’চিয়েল মেডিয়া প্লেটফৰ্মসমূহত।
আপোনাৰ লেখা এই শিতানৰ মন্তব্যৰ যোগেদি আমালৈ প্ৰেৰণ কৰিব পাৰে।
ASHIM SAIKIA_5 4 বছৰ 11 হিচাপপূৰ্বে
আমি প্ৰকৃতিৰ ভাৰাসম্য ৰক্ষা কৰাৰ লগতে বান্দৰৰ খাদ্যৰ কাৰণে আমি ব্যাপক হাৰত কলপুলি ৰোপন কৰিছো যাৰ সম্পুৰ্ণ তথ্য My gov assam ৰ whats app ৰ জড়িয়তে প্ৰেৰণ কৰিছো