You don't have javascript enabled. Please Enabled javascript for better performance.

Let us combat the traffic of Guwahati, a gateway to North-East India

Start Date: 13-07-2018
End Date: 31-07-2021

উত্তৰ-পূৱৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰ। উত্তৰ-পূৱৰ এক প্ৰধান ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

উত্তৰ-পূৱৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰ। উত্তৰ-পূৱৰ এক প্ৰধান বাণিজ্যিক আৰু শৈক্ষিক কেন্দ্ৰ হোৱাৰ উপৰিও সাংস্কৃতিক,ৰাজনৈতিক আৰু প্ৰশাসনিক কাম-কাজৰো এক অন্যতম কেন্দ্ৰ হৈছে গুৱাহাটী। সাম্প্ৰতিক সময়ত এই ৰাজধানী চহৰখন বিভিন্ন ক্ষেত্ৰত দোপত-দোপে উন্নয়নৰ দিশে ধাৱমান হ’বলৈ লৈছে। কিন্তু এনে উন্নয়ন তথা বিকাশৰ বিপৰীতে বৰ্ধিত জনসংখ্যা আৰু ইয়াৰ লগে লগে অভাৱনীয় হাৰত বৃদ্ধি পাবলৈ লোৱা যান-বাহনৰ সংখ্যা চহৰখনৰ বাবে বৃ্হৎ প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে। দৈনিক সৃষ্টি হোৱা যান-জঁটৰ ফলত বিভিন্ন সমস্যাৰ উদ্ভৱ হোৱাৰ লগতে দূৰ্ঘটনাৰ সংখ্যাও বৃদ্ধি পাবলৈ লৈছে।

ভয়াৱহ যান-জঁটৰ সমস্যাটোৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ হেতু জনতাৰ চৰকাৰ MyGov Assam য়ে বিচাৰিছে আপোনাৰ বহুমূলীয়া দিহা-পৰামৰ্শ।

সকলো মন্তব্য
Reset
1 তথ্য পোৱা গ’ল
38710

UTTAM KUMAR KAR 5 বছৰ 3 সপ্তাহ পূৰ্বে

মহাশয়, মই 2013 china গৈছিলো. তাতে মই পাইছো pvt vehicle ওপৰত govt restriction. জি সকল vehicle regd no ending with 1 and 5তেওঁলোকে monday, জি সকল ending with 2 and 6,তেওঁলোকে tuesday, ending with 3 and 7, তেওঁলোকে wed day, 4 and 8, তেওঁলোকে thrus day আৰু 5 and 0, তেওঁলোকে friday গাড়ি ওলাব নোয়ারে. Sat day and sunday no restriction.
আমি এই system experimental basis implement করি চাব পারো