You don't have javascript enabled. Please Enabled javascript for better performance.

Seeking suggestions on ways to enhance the handloom sector of Assam

Start Date: 28-08-2018
End Date: 30-09-2018

বয়ন শিল্প অসমৰ এক আপুৰুগীয়া শিল্প। অতি প্ৰাচীন কালৰে পৰাই অসমত ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

বয়ন শিল্প অসমৰ এক আপুৰুগীয়া শিল্প। অতি প্ৰাচীন কালৰে পৰাই অসমত পৰম্পৰাগতভাৱে বয়ন কাৰ্য চলি আহিছে। অসমীয়া সমাজত বোৱা কটা এক মৰ্যাদাসূচক তথা গৌৰৱোজ্জল কাৰ্য হিচাবে পৰিগণিত হৈছে। এটা সময়ত ধনী, দুখীয়া, জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো অসমীয়া মহিলাই ঘৰখনৰ যাৱতীয় সাজ পোচাকখিনি বোৱন কৰ্মৰ যোগেদিয়েই নিজে তৈয়াৰ কৰি লৈছিল। কালিকা পূৰাণতো বয়ন শিল্প তথা পাট-সূতাৰ ব্যৱহাৰ আৰু প্ৰয়োগ সন্দৰ্ভত বৰ্ণনা আছে। হস্ততাঁত শিল্পৰ যোগেদি সহজতেই ব্যৱসায়িক উৎপাদনৰ ক্ষেত্ৰটো মনোনিৱেশ কৰিব পাৰি। কৃষিৰ পাছত তাঁত শিল্প এতিয়া নিয়োগ সৃষ্টিৰ অন্যতম মাধ্যম হিচাবে পৰিগণিত হৈছে।
কিন্তু লক্ষ্যণীয়ভাৱে সাম্প্ৰতিক সময়ৰ আধুনিক ধ্যান ধাৰণাৰ মাজত এই পুৰণি শিল্পটোৰ লগত জড়িত লোকৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পাই আহিছে। মুষ্টিমেয় সংখ্যক লোকৰ দ্বাৰাহে অসমৰ বয়ন শিল্পৰ মৰ্যাদা বৰ্তি থকা পৰিলক্ষিত হৈছে।
এই আপুৰুগীয়া শিল্পবিধৰ প্ৰসাৰ তথা অধিক উন্নয়নৰ বাবে জনতাৰ চৰকাৰ মাই গভ অসমে জনসাধাৰণৰ মূল্যৱান দিহা-পৰামৰ্শ কামনা কৰিছে।

পৰামৰ্শ প্ৰেৰণৰ অন্তিম তাৰিখ –৩০ ছেপ্টেম্বৰ, ২০১৮

সকলো মন্তব্য
Reset
1 তথ্য পোৱা গ’ল
7470

PRIYANKAR PRATIM DEKA 5 বছৰ 6 হিচাপপূৰ্বে

Enhancing direct market linkage is the need of the hour.The middle men who buy the handloom products from the rural women in cheap price results in low earning for the hardworking rural women.Also increasing the yarn bank numbers will result in low input cost for them.