You don't have javascript enabled. Please Enabled javascript for better performance.

Words of love and care for your mother

Start Date: 08-05-2018
End Date: 14-05-2018

মাতৃ অবিহনে এই পৃথিৱীত কোনো ব্যক্তিৰ যাত্ৰা আম্পূৰ্ণ হ’ব নোৱাৰে। ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

মাতৃ অবিহনে এই পৃথিৱীত কোনো ব্যক্তিৰ যাত্ৰা আম্পূৰ্ণ হ’ব নোৱাৰে। মাতৃৰ কোলাতে আৰম্ভ হয় জীৱনৰ আদি পাঠশালা। অনেক প্ৰত্যাহ্বান নেওচি জীৱনযাত্ৰাত আগুৱাই যোৱাৰ প্ৰেৰণা যোগায় মাতৃয়ে। আগন্তুক মাতৃ দিৱস উপলক্ষে MyGov Assam ৰ জৰিয়তে আপোনাৰ মাতৃলৈ মৰমৰ কৃতজ্ঞতাৰে পত্ৰ, ৰচনা, কবিতা অথবা যিকোনো লেখা প্ৰেৰণ কৰক।
শ্ৰেষ্ঠ হিচাবে নিৰ্বাচিত হোৱা তিনিটা লেখাৰ বাবে প্ৰমাণ পত্ৰ আগবঢ়োৱা হ’ব।

অন্তিম তাৰিখ- ১৩ মে’, ২০১৮

চৰ্তাৱলী
অসমীয়া অথবা ইংৰাজী দুয়োটা ভাষাতে ৰচনা গ্ৰহণ কৰা হ’ব
10 MB ত কৈ সৰু আকাৰত PDF file ত ৰচনা প্ৰেৰণ কৰিব লাগিব
এজন প্ৰতিযোগীয়ে কেৱল এটা লেখাহে প্ৰেৰণ কৰিব পাৰিব
লেখাটো মৌলিক হোৱাটো বাধ্যতামূলক
লিখনিৰ মৌলিকতা নিৰ্বাচন কমিটীয়ে পৰীক্ষা কৰিব। অযোগ্য বিবেচিত লিখনিৰ বাবে MyGov Assam দায়ী নহয়।

সকলো মন্তব্য
মুঠ অৱদান ( 4) অনুমোদিত অৱদানসমূহ (4) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (0) জমা বন্ধ
Reset
1 তথ্য পোৱা গ’ল