You don't have javascript enabled. Please Enabled javascript for better performance.

Revive the Heritages of Assam

Start Date: 02-04-2018
End Date: 30-04-2018

বিশ্বৰ বিভিন্ন প্ৰান্তৰ দৰে ভাৰতবৰ্ষটো ১৮ এপ্ৰিলৰ দিনা আয়োজন কৰা ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

বিশ্বৰ বিভিন্ন প্ৰান্তৰ দৰে ভাৰতবৰ্ষটো ১৮ এপ্ৰিলৰ দিনা আয়োজন কৰা হৈছে বিশ্ব ঐতিহ্য দিৱস। এই দিৱস পালনৰ প্ৰধান উদ্দেশ্য হৈছে বিভিন্ন সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰ আৰু কীৰ্তিচিহ্ন সমূহৰ সংৰক্ষণ।

অসম হৈছে বিভিন্ন ঐতিহাসিক সমল আৰু সাংস্কৃতিক সম্পদেৰে সমৃদ্ধিশালী এখন ৰাজ্য। কিন্তু বৰ্তমান সময়ত ক্ৰমাৎ জহি খহি যাবলৈ লোৱা ৰাজ্যৰ অন্যতম পৰ্যটন ক্ষেত্ৰ এই ঐতিহ্যপূৰ্ণ সমলসমূহৰ সুৰক্ষা এক সময়ৰ আহ্বান।

অসমৰ ঐতিহ্য ক্ষেত্ৰসমূহৰ হেৰাই যোৱা গৰিমা পুনৰ উদ্ধাৰৰ বাবে ‘MyGov Assam’ য়ে আপোনাৰ অংশগ্ৰহণ বিচাৰিছে আৰু এনে ঐতিহ্য ক্ষেত্ৰসমূহৰ ফটো নাম আৰু ঠাইসহ লিখি প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছে।

সকলো মন্তব্য
মুঠ অৱদান ( 10) অনুমোদিত অৱদানসমূহ (10) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (0) জমা বন্ধ
Reset
1 তথ্য পোৱা গ’ল