You don't have javascript enabled. Please Enabled javascript for better performance.

Contest for "Homepage Design of Unified State Portal for the Government of Assam (www.assam.gov.in)"

Start Date: 12-01-2018
End Date: 28-02-2018

প্ৰশাসন ব্যৱস্থাত নাগৰিক আৰু চৰকাৰৰ মাজত এক উমৈহতীয়া সংযোগ স্থাপনৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

প্ৰশাসন ব্যৱস্থাত নাগৰিক আৰু চৰকাৰৰ মাজত এক উমৈহতীয়া সংযোগ স্থাপনৰ লগতে এক স্বচ্ছ শাসন ব্যৱস্থা গঢ়ি তুলিবলৈ অসম চৰকাৰে এক একত্ৰীকৃত ৱেব পৰ্টেল (www.assam.gov.in) ডিজাইনৰ প্ৰচেষ্টা হাতত লৈছে। ইয়াৰ মূল উদ্দেশ্য হ’ল- ডিজিটেল পদ্ধতিৰে সকলো চৰকাৰী বিভাগৰ কাম-কাজৰ পৰিচালনা, প্ৰতিজন নাগৰিকক চৰকাৰী কামৰ পৰ্যালোচনাৰ সুযোগ প্ৰদান কৰা আদি।

এই ৱেব পৰ্টেলটোৰ সহজ উপস্থাপন আৰু ইয়াক ব্যৱহাৰৰ অনুকূল হিচাবে গঢ়ি তুলিব পৰাকৈ অসম চৰকাৰে MyGov Assam ৰ জৰিয়তে হোমপেজ ডিজাইন প্ৰতিযোগিতাৰ আয়োজন কৰিছে।

অন্তিম তাৰিখ – ২৮/০২/২০১৮

সকলো মন্তব্য
মুঠ অৱদান ( 9) অনুমোদিত অৱদানসমূহ (9) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (0) জমা বন্ধ
Reset
1 তথ্য পোৱা গ’ল
352450

shreeram dhidhariya 6 বছৰ 3 হিচাপপূৰ্বে

The provided image depicts the culture of Assam.The national emblem of india and map of Assam is also given there.
The cm and governer of the state welcome to the state portal of assam.
Many options like ads,tenders,announcements,notices is also given.
The gallery with swipe feature is also given which will represent culture of assam by images.
The upper part of site is blue colored which represents the abundance of water of brahmputra river.In the end links to others are given.
#Mygov