You don't have javascript enabled. Please Enabled javascript for better performance.

Dream Assam 2018 - Share with us 5 ideas on how you envision Assam for the coming year 2018

Start Date: 21-12-2017
End Date: 15-01-2018

২০১৭ চন সমাপ্তিৰ দিশেত আগবাঢ়িছে। সময় এতিয়া পুৰণিক বিদায় দি এক ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

২০১৭ চন সমাপ্তিৰ দিশেত আগবাঢ়িছে। সময় এতিয়া পুৰণিক বিদায় দি এক ধনাত্মক দৃষ্টিভংগীৰে নতুনক আদৰাৰ। মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেৱৰ নেতৃত্বত বহু ধণাত্মক পৰিৱৰ্তনৰ দিশ স্বাক্ষৰিত হৈছে।
দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতিয়েই হওঁক অথবা অসমক দেশৰ ভিতৰত ক্ৰীড়াৰ এক কেন্দ্ৰবিন্দু হিচাবে গঢ়ি তোলা, অসমক দেশৰ ভিতৰতে এক জাকতজিলিকা দেশ হিচাবে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে অহৰ্নিশে কাম কৰি আছে।

অসমক ২০১৮ চনত কেনেদৰে এখন জাকতজিলিকা ৰাজ্য হিচাবে গঢ়ি তুলিব পাৰি সেই বিষয়ে মাই গভ অসমে জনসাধাৰণৰ পৰা ৫ টা ধাৰণাৰ আহ্বান কৰিছে, এখন ‘সপোনৰ অসম’ৰ বাবে।

সকলো মন্তব্য
Reset
1 তথ্য পোৱা গ’ল
8500

Shoumya Chanda 6 বছৰ 3 হিচাপপূৰ্বে

1. Corruption free Government Departments.
2. Inviting IT/Manufacturing companies for Employment and reduce talent drain to other states.
3. Steps to stop flooding and drainage issues.
4. Recruitment of motivated people in government sector.
5. Digitization of departments, Use of computers for record maintenance and financial transactions.
6. Emphasis on Infrastructure related to the major National & State highways.
7. Branding and promotion of local produce e.g handloom,eatables etc.