You don't have javascript enabled. Please Enabled javascript for better performance.

Let’s Revive the Heritages of Assam

Start Date: 18-11-2017
End Date: 17-12-2017

সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ্ষয়ো ১৯ নবেম্বৰৰ পৰা ২৫ নবেম্বৰলৈ বিশ্ব ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ্ষয়ো ১৯ নবেম্বৰৰ পৰা ২৫ নবেম্বৰলৈ বিশ্ব ঐতিহ্য সপ্তাহ পালন কৰিব। ইয়াৰ মুখ্য উদ্দেশ্য হ’ল, জনসাধাৰণৰ মাজত সাংস্কৃতিক ঐতিহ্যকে ধৰি কীৰ্তিচিহ্ন সমূহৰ সংৰক্ষণ আৰু সজাগতাৰ প্ৰসাৰ। পুৰণি ঐতিহ্য সংৰক্ষণ বৰ্তমান এক সময়ৰ আহ্বান, যিয়ে পুৰণি সংস্কৃতি আৰু পৰম্পৰা সমূহ ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষণ কৰি ৰাখে।

বহু ঐতিহাসিক কীৰ্তিচিহ্ন ইতিমধ্যে সংৰক্ষণ কৰি বিভিন্ন পৰ্যটনস্থলী হিচাবে গঢ় দিয়া হৈছে। কিন্তু এতিয়াও বহু পুৰণি ঐতিহ্য বিভিন্ন কাৰকৰ বাবে অখ্যাত হৈ আছে।
মাই গভ্ অসমে এই ক্ষেত্ৰত আপোনাৰ সক্ৰিয় অংশগ্ৰহণ বিচাৰিছে। আপোনাৰ ওচৰে পাজৰে থকা বিভিন্ন অখ্যাত পুৰণি কীৰ্তিচিহ্নসমূহৰ তথ্যসহ ফটো প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে।

তথ্য প্ৰেৰণ কৰিবলৈ অনুগ্ৰহ কৰি www.assam.mygov.in ত পঞ্জীয়ন কৰক।

সকলো মন্তব্য
Reset
1 তথ্য পোৱা গ’ল