You don't have javascript enabled. Please Enabled javascript for better performance.

How Can We Keep Our Locality Clean? Tell Your Story of ‘Swachha’ Initiation

Start Date: 31-08-2017
End Date: 02-10-2017

বেৰৰ চুকত তামোলৰ পিক্‍, চাৰিওফালে আৱৰ্জনা, নলা নৰ্দমাৰ অপৰিষ্কাৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

বেৰৰ চুকত তামোলৰ পিক্‍, চাৰিওফালে আৱৰ্জনা, নলা নৰ্দমাৰ অপৰিষ্কাৰ পানী আদিয়ে যদি আমি আমাৰ বাসস্থানৰ চাৰিওদিশ আগুৰি থকা পৰিস্থিতি এটা আমি কল্পনা কৰিব পাৰোনে? নিশ্চয়, নোৱাৰো। কিন্তু আমি নিজৰ বাসস্থানৰ পৰা বাহিৰ ওলালে এনে ধৰণৰ পৰিস্থিতিকলৈ সিমান এটা গুৰুত্ব প্ৰদান নকৰো। এনে পৰিস্থিতিৰ সৃষ্টি হয় যেতিয়া আমাৰ মাজত এই ক্ষেত্ৰত সজাগতা নাথাকে।

প্ৰদূষণে কেৱল এটা অস্বাস্থ্যকৰ পৰিবেশৰেই সৃষ্টি নকৰে ই এখন ঠাইক ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়তো এখন অপৰিষ্কাৰ ঠাই হিচাবে পৰিগণিত কৰে। গতিকে আহক আমিও ‘স্বচ্ছ ভাৰত অভিযান’ৰ দৰে এখন দায়িত্বশীল আঁচনিৰ যোগেদি আমাৰ চাৰিওদিশ পৰিষ্কাৰ কৰাৰ সংকল্প গ্ৰহণ কৰো। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়ৰ ‘স্বচ্ছতাই সেৱা’ আৰু মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ‘পৰিষ্কাৰ পৰিচ্ছন্নতাই ঈশ্বৰ পৰায়ণতা’ মন্ত্ৰেৰে দীক্ষিত হৈ স্বচ্ছতা সম্পৰ্কে আমি সজাগ হওঁ।

স্বচ্ছ ভাৰত অভিযান সফল কৰি তুলিবলৈ আৰু আপোনাৰ চাৰিওকাশ পৰিষ্কাৰ কৰি ৰাখিবলৈ কি উপায় অৱলম্বন কৰিব পাৰি সেই সম্পৰ্কে আপুনি আপোনাৰ দিহা পৰামৰ্শ তথা মতামত চৰকাৰলৈ পঠিয়াব পাৰে মাই গভ অসমৰ যোগেদি।

সকলো মন্তব্য
Reset
1 তথ্য পোৱা গ’ল
4290

Arunjyoti Das 6 বছৰ 7 হিচাপপূৰ্বে

I saw in Mizoram that native citizen opposes any passenger if he or she just tries to throw even an Orange peel through the window of a moving bus.This awareness matters.The shopkeepers use to clean their own area nearby their shop twice in a day-before opening and after closing shop.I think we should follow such responsibility.Morever,we must give up the habit of throwing garbage to Rivers& Drains or to Roads!We believe that cleaning is the duty of the Govt,but its actually ours!We must ACT!