বিনন্দীয়া অসম
- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
Seeking Suggestions On Ways to Promote Rural Tourism of Assam
Start Date: 06-07-2017
End Date: 31-01-2021
নতুন নতুন ঠাই পৰিভ্ৰমণ কৰাৰ হাবিয়াস মানুহৰ এক সহজাত প্ৰবৃত্তি। ...
বিতং তথ্য গোপন কৰক
Dhrubajyoti Kalita 6 বছৰ 7 হিচাপপূৰ্বে
১)গাঁওৰ ৰাইজক সজাগ কৰাৰ লগতে প্ৰাথমিক আভাস দিয়াৰ বাবে গ্ৰাম্য পৰ্যটন বিষয়ক সহজ-সৰল ভাষাত পুস্তিকা এখন প্ৰকাশ কৰি গ্ৰামাঞ্চলত বিতৰণ কৰিব পাৰি (অতি কম মূল্যত)।
২) পৰ্যটন আৰু গ্ৰাম্য পৰ্যটন সম্পৰ্কীয় পাঠ স্কুলীয়া পৰ্যায়ৰ পৰাই প্ৰৱৰ্তন কৰিব লাগে।
৩)অসমৰ সকলোবোৰ ঠাইত থকা পৰ্যটনৰ আকৰ্ষণীয় বিষয় আৰু স্থানবোৰ জৰীপৰ সহায়ত চিনাক্ত কৰাৰ লগতে শ্ৰেণীৱদ্ধভাবে লিপিৱদ্ধ কৰি উলিয়াব লাগে। তাৰ পিচত সেইবোৰ তথ্যৰ ভিত্তিত পৰিকল্পনা প্ৰস্তুত কৰিব লাগে।