You don't have javascript enabled. Please Enabled javascript for better performance.

The History of Nazirakhat Ruins

Start Date: 25-11-2020
End Date: 30-11-2023
গুৱাহাটীৰ সমীপৰ এখন উল্লেখযোগ্য পুৰাতাত্ত্বিক স্থলী হৈছে নাজিৰাখাট। মধ্যযুগৰ পিছৰচোৱা কালৰ শৈল মন্দিৰৰ ভগ্নাৱশেষ পোৱা এই স্থলীত অসংখ্য শিলৰ টুকুৰা আৰু লগতে শিলত কটা দুটা গণেশৰ ভাস্কৰ্য্য পোৱা গৈছে। প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰা নাজিৰাখাট পাহাৰ এক মনোমোহা পৰ্যটনস্থলী হিচাবেও পৰিচিত।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
1 তথ্য পোৱা গ’ল