You don't have javascript enabled. Please Enabled javascript for better performance.

মহাবীৰ লাচিত বৰফুকনৰ কৰ্তব্যপৰায়ণতা আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰাসংগিকতা

Start Date: 24-11-2020
End Date: 31-12-2020

অসম বুৰঞ্জীৰ এটি উল্লেখযোগ্য অধ্যায় হৈছে মোগলৰ বিৰুদ্ধে আহোম সেনাৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

অসম বুৰঞ্জীৰ এটি উল্লেখযোগ্য অধ্যায় হৈছে মোগলৰ বিৰুদ্ধে আহোম সেনাৰ বীৰত্বৰে ভৰা শৰাইঘাটৰ ৰণ। এইখন ৰণতে মহাবীৰ লাচিত বৰফুকনৰ নেতৃত্বত আহোম সৈন্যই মোগলৰ বিৰুদ্ধে অসীম সাহসেৰে যুঁজ দি বহিৰাগত শক্তিৰ পৰা অসমক ৰক্ষা কৰিছিল।
শৰাইঘাটৰ ৰণ জিনাৰ ক্ষেত্ৰত লাচিত বৰফুকনৰ সাহস, স্বদেশপ্ৰেমৰ লগতে নেতৃত্ব আৰু কৰ্তব্যপৰায়ণতাও মূল চালিকা শক্তি আছিল। এৰাতিৰ ভিতৰতে এট গড় বান্ধি লাচিত বৰফুকনে কৰ্তব্যপৰায়ণতাৰ যি বিৰল উদাহৰণ দাঙি ধৰিলে সেই খিয়াতি সোণালী আখৰেৰে জিলিকি ৰ’ব।
লাচিত বৰফুকনৰ নেতৃত্ব আৰু কৰ্তব্যপৰায়ণতাৰ উদাহৰণ বৰ্তমান সময়তো এক প্ৰাসংগিক বিষয়। বীৰগৰাকীৰ নেতৃত্ব, কৰ্তব্যপৰায়ণতা আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰাসংগিকতা সম্পৰ্কে আপোনাৰ মতামত জনাব পাৰে তলত মন্তব্য আকাৰে।

সকলো মন্তব্য
Reset
1 তথ্য পোৱা গ’ল