You don't have javascript enabled. Please Enabled javascript for better performance.

Land Patta for Indegenous Families of Assam

Start Date: 03-10-2020
End Date: 31-10-2023
জাতি,মাটি আৰু ভেটিৰ সুৰক্ষাৰ স্বাৰ্থত মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নেতৃত্বাধীন অসম চৰকাৰে ৰাজ্যৰ ভূমিহীন খিলঞ্জীয়া ৰাইজলৈ ভূমি পট্টা প্ৰদান কৰাৰ ক্ষেত্ৰত দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰিছে ৷ চৰকাৰৰ এই প্ৰচেষ্টাই ভূমিহীন খিলঞ্জীয়া লোকসকলক মৰ্যাদা সহকাৰে জীৱন অতিবাহিত কৰাৰ পথ প্ৰশস্ত কৰি দিয়াৰ লগতে নিজে বসবাস কৰা ঠাইখিনিৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ সাংবিধানিক কৰ্তৃত্ব প্ৰদান কৰিছে ৷
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
1 তথ্য পোৱা গ’ল