- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
Send Write-Ups for Indradhanu A multilingual children e-magazine
ছাত্ৰ ছাত্ৰীসকলৰ মানসিক বিকাশৰ লগতে সৃজনীমূলক দিশটোত বিশেষ ...
ছাত্ৰ ছাত্ৰীসকলৰ মানসিক বিকাশৰ লগতে সৃজনীমূলক দিশটোত বিশেষ গুৰুত্ব প্ৰদান কৰি এক উপযুক্ত প্লেটফৰ্ম প্ৰদান কৰাৰ লক্ষ্যৰে মাই গভ অসমৰ উদ্যোগত প্ৰকাশ কৰিবলৈ যো-জা চলোৱা হৈছে এখনি শিশু সাহিত্যৰ ই-সংকলন। অসমত প্ৰচলিত বিভিন্ন লিখিত ভাষাত ছাত্ৰ-ছাত্ৰীসকলে লেখনী প্ৰেৰণ কৰিব পাৰিব। শিক্ষাৰ্থী সকলৰ লেখা-মেলাৰে সমৃদ্ধ হ’বলগীয়া এই ই-সংকলনে ছাত্ৰ-ছাত্ৰীসকলৰ সৃজনীমূলক প্ৰতিভা বিকাশ কৰাৰ লগতে অসমত প্ৰচলিত বিভিন্ন লিখিত ভাষাৰ প্ৰসাৰতো বিশেষ ভূমিকা গ্ৰহণ কৰিব। ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা বিভিন্ন বিষয়ৰ ওপৰত স্ব-ৰচিত গল্প, প্ৰৱন্ধ, পদ্য, কবিতা আদিৰে সমৃদ্ধ হ’বলগীয়া এই ই-সংকলনখন ডিজিটেল ৰূপত উপলব্ধ হ’ব।
লেখা প্ৰেৰণৰ অন্তিম তাৰিখ ৩১ অক্টোবৰ, ২০২০
লেখাসমূহ তলত মন্তব্য আকাৰে অথবা mygovassam@gmail ই-মেইলযোগে আমালৈ প্ৰেৰণ কৰাটো প্ৰয়োজনীয়।
নিয়মাৱলী
প্ৰাথমিক শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে এই সংকলনৰ বাবে লেখা প্ৰেৰণ কৰিব পাৰিব।
অসমত প্ৰচলিত বিভিন্ন লিখিত ভাষাত ছাত্ৰ-ছাত্ৰীসকলে লেখনী প্ৰেৰণ কৰিব পাৰিব।
লেখাৰ লগত কোনটো ভাষাত লেখনী প্ৰেৰণ কৰা হৈছে উল্লেখ কৰাটো বাঞ্চনীয়।
লেখাৰ লগত সম্পূৰ্ণ নাম ঠিকনা, বিদ্যালয়ৰ নাম, যোগাযোগ নম্বৰ উল্লেখ কৰাটো বাধ্যতামূলক।
হাতে লিখা কপিৰ স্কেন ফটো অথবা কম্পিউটাৰত মুদ্ৰিত লেখা আমালৈ প্ৰেৰণ কৰিব পাৰিব।
লেখাসমূহ নতুন হোৱাটো বাঞ্চনীয় আৰু পূৰ্বতে কোনো ছপা অথবা ডিজিটেল মাধ্যমত প্ৰকাশ হোৱা লেখা গ্ৰহণযোগ্য নহ’ব।
লেখাসমূহৰ নিজৰ যিকোনো ভাল লগা বিষয়বস্তুৰ ওপৰত হ’ব পাৰে।
লেখাসমূহ চুটি হোৱাটো বাঞ্চনীয়। কম পৰিসৰত মূল বিষয়বস্তু সাঙুৰি লোৱা লেখাসমূহক প্ৰাধান্য দিয়া হ’ব।
লেখাসমূহ শিক্ষাৰ্থীসকলৰ দ্বাৰা স্ব –ৰচিত হোৱাটো বাধ্যতামূলক। কোনো কাৰণতে অইনৰ অথবা অভিভাৱকে শিক্ষাৰ্থীৰ বাবে লিখি দিয়া লেখা প্ৰকাশ কৰা নহ’ব।
নিৰ্বাচিত লেখাহে এই সংকলনত প্ৰকাশ কৰা হ’ব। এই ক্ষেত্ৰত মাই গভ অসমৰ সিদ্ধান্তই শেষ সিদ্ধান্ত হিচাবে পৰিগণিত হ’ব।
লেখাসমূহ এই শিতানৰ তলত থকা মন্তব্য আকাৰে অথবা ই-মেইলযোগে আমালৈ প্ৰেৰণ কৰিব পাৰিব।
Niranjan Deka 3 বছৰ 6 হিচাপপূৰ্বে
Name:-Sri Amit Deka
Class:-10
School:-Shankardev Shishu Niketan;Birubari,Guwahati-781016
Language:-Assamese
Subject:-Essay writing
Age:-15 years old
Address:-Birubari;(Jonakpur),Guwahati-781016
Post office name:-Gopinath Nagar
Pin Number:-781016
State:-Assam
District:-Kamrup(Metropolitan)
Mobile number:-9864105769