You don't have javascript enabled. Please Enabled javascript for better performance.

যোগাভ্যাসে আপোনাৰ জীৱনত কেনেদৰে প্ৰভাৱ পেলাইছে?

Start Date: 12-06-2020
End Date: 31-12-2020

বৰ্তমানৰ ব্যস্ত জীৱনশৈলীত শাৰীৰিক আৰু মানসিক দিশত সুস্থ হৈ থকাটো ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক
Share how yoga changed your life

বৰ্তমানৰ ব্যস্ত জীৱনশৈলীত শাৰীৰিক আৰু মানসিক দিশত সুস্থ হৈ থকাটো এক গুৰুত্বপূৰ্ণ বিষয় হিচাবে বিবেচনা কৰা হয়। সেইবাবে আমাৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক দিশত এক সুস্থিৰ জীৱনশৈলীৰ ভাৰসাম্যতা ৰক্ষা কৰাটো খুবেই প্ৰয়োজনীয়। এইক্ষেত্ৰত যোগ চৰ্চায়ে বিশেষ ভূমিকা পালন কৰে। ভাৰতীয় ঐতিহ্যৰ লগত ওতঃপ্ৰোতঃভাৱে জড়িত যোগচৰ্চায়ে মানু্হৰ জীৱনধাৰা এক স্বাস্থ্যসন্মত দিশত আগবঢ়াই নিব পাৰে।

যোগাভ্যাসৰ অন্তৰ্গত বিভিন্ন আসন, ধ্যান আদিয়ে এগৰাকী লোকক মানসিক আৰু শাৰীৰিক প্ৰশান্তি প্ৰদান কৰে আৰু লগতে বিভিন্ন ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰতো ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

নিয়মীয়া যোগ চৰ্চাৰ ফলত বহু লোকে ইতিমধ্যে ইয়াৰ সু-ফল লাভ কৰিবলৈ সক্ষম হৈছে। আপুনিও যদি যোগাভ্যাসৰ যোগেদি তেনে সুফল লাভ কৰিছে অথবা যোগচৰ্চাৰ ফলত আপোনাৰ জীৱ্নশৈলীত হোৱা যোগাত্মক পৰিৱৰ্তনৰ বিষয়ে মাই গভ অসমক জনাব পাৰে।

আপোনাৰ অভিজ্ঞতা আমালৈ প্ৰেৰণ কৰক তলত মন্তব্য আকাৰে।

সকলো মন্তব্য
Reset
1 তথ্য পোৱা গ’ল