You don't have javascript enabled. Please Enabled javascript for better performance.

ক'ভিড-১৯ ৰ সংক্ৰমণৰ পৰৱৰ্তীকালত অসমৰ পৰ্যটন ক্ষেত্ৰ

Start Date: 27-09-2020
End Date: 30-09-2023
ক'ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ পৰ্যটন ক্ষেত্ৰখনো অতি চিন্তনীয়ভাৱে ক্ষতিগ্ৰস্ত হৈছে ৷ কিন্তু শেহতীয়াকৈ ইয়াৰ মাজতে সকলো প্ৰত্যাহ্বান নেওচি ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰখন পুনৰ ঠন ধৰি উঠিবলৈ সাজু হৈছে। অসম চৰকাৰে ন ন আঁচনি ৰূপায়ণৰ জৰিয়তে পৰ্যটন উদ্যোগটোৰ পুনৰুত্থানৰ হকে পদক্ষেপ গ্ৰহণ কৰিছে ৷ সেইদৰে অসমৰ একাংশ পৰ্যটন উদ্যোগীয়েও নিজাববীয়াকৈ পৰ্যটকৰ সুৰক্ষাৰ স্বাৰ্থত সম্পূৰ্ণ স্বাস্থ্য বিধি মানি হোটেল, ৰিজৰ্টসমূহ সাজু কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ আহক এটি ভিডিঅ'ৰ জৰিয়তে বৰ্তমান অসমৰ পৰ্যটন ক্ষেত্ৰখনৰ সন্দৰ্ভত কিছু কথাৰ গম লওঁ ৷
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
1 তথ্য পোৱা গ’ল