You don't have javascript enabled. Please Enabled javascript for better performance.

ঐতিহ্যৰ সংৰক্ষণ আৰু আমাৰ ব্যক্তিগত পুৰণি সামগ্ৰীসমূহ

Start Date: 26-08-2020
End Date: 30-11-2020

ঐতিহ্যৰ সংৰক্ষণ এটি গুৰুত্বপূৰ্ণ বিষয়। আমাৰ পুৰণি ঐতিহ্যই আমাক ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক
ঐতিহ্যৰ সংৰক্ষণ আৰু আমাৰ ব্যক্তিগত পুৰণি সামগ্ৰীসমূহ

ঐতিহ্যৰ সংৰক্ষণ এটি গুৰুত্বপূৰ্ণ বিষয়। আমাৰ পুৰণি ঐতিহ্যই আমাক অতীতৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ তথা পৰম্পৰাৰ সম্ভেদ দিব পাৰে, যিয়ে আমাৰ এক স্বকীয় পৰিচয় দাঙি ধৰিব পাৰে।
আমাৰ সমাজতো বহু বাসগৃহত কিছুমান পুৰণি কালৰ আকৰ্ষণীয় তথা গুৰুত্বপূৰ্ণ কিছুমান সমল তথা সামগ্ৰীৰ অস্তিত্ব দেখা পোৱা যায়। পুৰণিকলীয়া বিভিন্ন সামগ্ৰী আজিও বহুতৰে বাসগৃহত সযতনে ৰখা হৈছে। ইয়াৰে কিছুমান সামগ্ৰীয়ে ঘৰখন শুৱনি কৰি ৰাখে, কিছুমান সামগ্ৰী এতিয়াও ব্যৱহাৰৰ উপযোগী হৈ আছে। কিছুমান সামগ্ৰীয়ে হয়তো কেইবাটাও প্ৰজন্মৰ স্বাক্ষৰ বহন কৰি আহিছে আৰু লগতে আমাৰ সমাজৰ এক চহকী ঐতিহ্য দাঙি ধৰিছে।
আপোনাৰ ঘৰতো যদি এনেধৰণৰ পুৰণি আপুৰুগীয়া সামগ্ৰী আছে, তেন্তে তাৰ সৈতে জড়িত কাহিনী আৰু আপুনি এই সামগ্ৰী কেনেদৰে সংৰক্ষণ কৰি ৰাখিছে, সেই বিষয়ে সবিশেষ লিখি ফটোসহ মাই গভ অসমলৈ প্ৰেৰণ কৰক।
নিৰ্বাচিত ফটোসমূহ প্ৰেৰকৰ নামসহ মাই গভ অসমৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহৰ জৰিয়তে প্ৰকাশ কৰা হ’ব।
প্ৰেৰণৰ অন্তিম তাৰিখ: ৩০ নৱেম্বৰ, ২০২০

নিয়মাৱলীসমূহ:
• নিৰ্দিষ্ট সমলক বিষয়বস্তু হিচাবে লৈ ফটো আৰু লিখনি প্ৰেৰণ কৰিব লাগিব
• প্ৰেৰণ কৰা ফটো মাই গভ অসমৰ বিভিন্ন ছচিয়েল মিডিয়া প্লেটফৰ্মত প্ৰকাশৰ বাবে অনুমতি থাকিব
• লিখনিৰ বাবে শব্দৰ সংখ্যা নিৰ্ধাৰিত নহয়
• লিখনি আৰু ফটো PDF অথবা JPG ফৰ্মেটত প্ৰেৰণ কৰিব লাগিব। ফাইলৰ আকাৰ 10MB তকৈ অধিক হ’ব নোৱাৰিব
• সামগ্ৰী নিজৰ অথবা নিজ পৰিয়ালৰ হোৱাটো প্ৰয়োজনীয়। অইনে ব্যৱহাৰ কৰিত থকা সামগ্ৰীৰ ফটো প্ৰেৰণ কৰিব নোৱাৰিব।
• এগৰাকী ব্যক্তিয়ে কেইবাখনো ফটো প্ৰেৰণ কৰিব পাৰিব
• অংশগ্ৰহণকাৰীৰ সম্পূৰ্ণ নাম ঠিকনা, মেইল আই ডি লগত প্ৰেৰণ কৰাটো প্ৰয়োজনীয়।

সকলো মন্তব্য
মুঠ অৱদান ( 18) অনুমোদিত অৱদানসমূহ (17) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (1) জমা বন্ধ
Reset
1 তথ্য পোৱা গ’ল
52930

KALYAN 3 বছৰ 6 হিচাপপূৰ্বে

Antique objects become an important part of our life. There are many antique things present in my home that are valuable as well as lovable by me and my family. These precious things always remains in our even one after another generations passes away. i am not uploading the pictures but i am mentioning some of the antique items :- old dvd players, old chairs bought from assam, old god puja ghar made in assam, cameras etc that are still functional. many anyique things belongs to assam