You don't have javascript enabled. Please Enabled javascript for better performance.

Control soil erosion by planting indigenous trees

Start Date: 30-06-2020
End Date: 31-12-2020

মাটিয়েই হৈছে আমাৰ জীৱনধাৰণৰ বাবে মূল উপাদান। বাৰিষাৰ লগে লগে অসমৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক
Control soil erosion by planting indigenous trees

মাটিয়েই হৈছে আমাৰ জীৱনধাৰণৰ বাবে মূল উপাদান। বাৰিষাৰ লগে লগে অসমৰ বিভিন্ন ঠাইত মাটি খহি ব্যাপক হাৰত ভূমিস্খলন হোৱা দেখা যায়। বিশেষকৈ পাহাৰীয়া অঞ্চল আৰু নদীৰ দাঁতিকাষৰীয়া অঞ্চলত ভূমিস্খলনৰ মাত্ৰা বেছি। ঔদ্যোগিকীকৰণ, চহৰাঞ্চলৰ প্ৰসাৰ আদি বিভিন্ন কাৰকৰ প্ৰভাৱত গছ-গছনিৰ সংখ্যা হ্ৰাস পোৱাটো ভূমিস্খলনৰ এটা অন্যতম প্ৰধান কাৰক। আমি সকলোৱে গছপুলি ৰোপণৰ দ্বাৰা জৈৱে বৈচিত্ৰতাৰ ভাৰসাম্যতা ৰক্ষা কৰি ভূমিস্খলনৰ মাত্ৰাও নিয়ন্ত্ৰণ কৰিব পাৰোঁ।

যদিও ভূমিস্খলন এটা প্ৰাকৃতিক কাৰণ, তথাপি আমি নদীৰ দাঁতিকাষৰীয়া অঞ্চল, পাহাৰীয়া ভূমি আদিত কিছুমান থলুৱা গছপুলি ৰুই ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰো। এই গছ সমূহৰ শিপাসমূহে বাৰিষাকালত মাটিক স্খলন হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে।

অসমৰ বিভিন্ন থলুৱা গছপুলিসমূহ ৰোপণ কৰি নদীৰ দাঁতিকাষৰীয়া অঞ্চল, কৃষিভূমি অথবা পাহাৰীয়া অঞ্চলৰ ভূমিস্খলন কেনেদৰে ৰোধ কৰিব পৰা যায় অথবা আপুনিও এনে কোনো উদ্যমৰ লগত জড়িত যদি মাই গভ অসমক আপোনাৰ বক্তব্য জনাওক। এই সম্পৰ্কে আমালৈ ফটোও প্ৰেৰণ কৰিব পাৰে। আপোনাৰ বক্তব্য আমালৈ প্ৰেৰণ কৰিব পাৰে তলত মন্তব্য আকাৰে।

সকলো মন্তব্য
Reset
1 তথ্য পোৱা গ’ল
6530

Kaltyan Sarkar 3 বছৰ 8 হিচাপপূৰ্বে

Dear Sir,
Ways to prevent soil erosion--
1)Planting trees and grass to cover and bind the soil. Plants may be herbs,creepers,wild flowers and small trees
2) Applying mulches.
3) Matting the soil.
4) Contour farming.
5) Creation of wind breakers by planting evergreen trees.
6) Geotextiles help prevent soil erosion especially on steep slopes, helping to protect the water.They allow drainage of water without excess runoff pollution