You don't have javascript enabled. Please Enabled javascript for better performance.

ড্ৰাগছ আসক্তিৰ ক্ষেত্ৰত কাউঞ্চেলিঙৰ ভূমিকা

Start Date: 26-06-2020
End Date: 30-06-2023
ড্ৰাগছৰ প্ৰতি আসক্তি বিশ্বজুৰি এক ভয়ংকৰ সামাজিক ব্যাধি হিচাবে পৰিগণিত হৈছে। যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰা এই ড্ৰাগছ আসক্তিয়ে বহুতৰে ভৱিষ্যৎ ধ্বংসৰ দিশলৈ আগবঢ়াই নিছে। কিন্তু উপযুক্ত কাউঞ্চেলিঙৰ দ্বাৰা এই আসক্তি আঁতৰ কৰিব পাৰি। ড্ৰাগছ আসক্তিৰ পৰা যুৱ প্ৰজন্মক ৰক্ষা কৰাৰ ক্ষেত্ৰত বিশেষভাৱে আগভাগ লৈ থকা ছব্ৰেইটি ফাউণ্ডেচনৰ প্ৰকল্প সঞ্চালক সীমান্ত দাসে আগবঢ়াইছে কিছু গুৰুত্বপূৰ্ণ তথ্য
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
1 তথ্য পোৱা গ’ল
692140

JAYANTA TOPADAR 3 বছৰ 9 হিচাপপূৰ্বে

निस्संदेह युवा पीढ़ी को मादक द्रव्यों से होनेवाली दैहिक एवं मानसिक तनाव एवं अशांति का एहसास होना चाहिए।