- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
অনলাইনযোগে ‘বিষ্ণু ৰাভা গীত’ৰ প্ৰতিযোগিতা
অসমৰ সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ এক অন্যতম পুৰোধা হৈছে ...
অসমৰ সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ এক অন্যতম পুৰোধা হৈছে বিষ্ণু প্ৰসাদ ৰাভা। সংগীত, অভিনয়, নাট, চাৰুকলা, নৃত্য, সাহিত্য আদিকে ধৰি বিভিন্ন ক্ষেত্ৰলৈ, বহুমুখী প্ৰতিভাৰ অধিকাৰী ৰাভাদেৱৰ অৱদান অবিস্মৰণীয়। ২০ জুন পৱিত্ৰ মৃত্যুদিৱসৰ দিনা সমূহ অসমবাসীয়ে শ্ৰদ্ধাৰে বিষ্ণু প্ৰসাদ ৰাভাদেৱক স্মৰণ কৰে।
ৰাভাদেৱৰ অমৰ সৃষ্টিসমূহক সুঁৱৰি জনতাৰ চৰকাৰ মাই গভ অসমৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত বিষ্ণু প্ৰসাদ ৰাভা দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰী সকলৰ বাবে আয়োজন কৰা হৈছে বিষ্ণু ৰাভা গীতৰ এক অনলাইন প্ৰতিযোগিতা। ৰাভাদেৱৰ ৰচিত আৰু সুৰাৰোপিত এটি গীত পৰিৱেশনৰ ভিডিঅ’ আমালৈ ই-মেইল কৰক mygovassam@gmail.com যোগে।
শাখা ক - চতুৰ্থৰ পৰা সপ্তম শ্ৰেণীলৈ
শাখা খ – অষ্টমৰ পৰা দশম শ্ৰেণীলৈ
প্ৰেৰণৰ অন্তিম তাৰিখ ২০ জুন নিশা ১২ বজালৈ
প্ৰতিটো শাখাত নিৰ্বাচিত প্ৰথম তিনিগৰাকী প্ৰতিযোগীলৈ নগদ ধনৰ লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দ্বাৰা স্বাক্ষৰিত এখন প্ৰশংসা পত্ৰ প্ৰেৰণ কৰা হ’ব।
পুৰস্কাৰসমূহ
(ক শাখা আৰু খ শাখা)
প্ৰথম পুৰস্কাৰ ৩,০০০ টকা
দ্বিতীয় পুৰস্কাৰ ২,০০০ টকা
তৃতীয় পুৰস্কাৰ ১,০০০ টকা
নিয়মাৱলী
ভিডিঅ’ সমূহ মোবাইল ৰেকৰ্ডিং যোগে পঠাব পাৰিব
আমালৈ প্ৰেৰণ কৰা ভিডিঅ’ অন্য মাধ্যমলৈ প্ৰেৰণ কৰিব নোৱাৰিব
অডিঅ’ ৰেকৰ্ডিং গ্ৰহণযোগ্য নহ’ব
mygovassam@gmail.com ইমেইলযোগে প্ৰেৰণ কৰা ভিডিঅ’হে গ্ৰহণযোগ্য হ’ব
ভিডিঅ’ত কেৱল গীতটি পৰিৱেশন কৰাটো প্ৰয়োজনীয়। সংগত কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ বাধ্যবাধকতা নাই।
ভিডিঅ’ প্ৰেৰণ কৰা ই-মেইলত অংশগ্ৰহণকাৰীৰ নাম, ঠিকনা, শ্ৰেণী, বিদ্যালয়ৰ নাম, যোগাযোগ নম্বৰ উল্লেখ থকাটো প্ৰয়োজনীয়
এগৰাকী প্ৰতিযোগীয়ে এটি গীতহে প্ৰেৰণ কৰিব পাৰিব
ৰেকৰ্ডিংৰ মানদণ্ড উন্নত হোৱাটো প্ৰয়োজনীয়
বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ’ব
Jaswinder kaur Maan 3 বছৰ 9 হিচাপপূৰ্বে
https://youtu.be/q_W0WHKdqU0