You don't have javascript enabled. Please Enabled javascript for better performance.

Dr B Barooah Cancer Institute: Treatment During a Pandemic

Start Date: 16-05-2020
End Date: 31-05-2023
ক'ভিড-১৯ ৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশজুৰি অব্যাহত থকা লকডাউনৰ সময়তো গুৱাহাটীস্থিত ডা: বি. বৰুৱা কৰ্কট প্ৰতিষ্ঠানে কৰ্কট ৰোগীসকলৰ স্বাস্থ্য সুৰক্ষাৰ স্বাৰ্থত নিয়মীয়াকৈ আগবঢ়াই আহিছে চিকিৎসা সেৱা ৷ এই জটিল সময়ছোৱাতো নিয়মিতভাৱে চিকিৎসা সেৱা লাভ কৰা কৰ্কট ৰোগীসকলে লিখিত আকাৰে আগবঢ়োৱা নিজৰ অভিজ্ঞতা আৰু কৃতজ্ঞতামূলক বক্তব্যসমূহ সাঙুৰি প্ৰতিষ্ঠানখনে "Sounds of soul" নামেৰে এখনি পুস্তিকা প্ৰকাশ কৰে ৷ ৰোগীসকলৰ কৃতজ্ঞতাই প্ৰতিষ্ঠানখনৰ চিকিৎসক, নাৰ্ছ তথা সকলো চিকিৎসা কৰ্মীক যথেষ্ট উৎসাহিত কৰিছে বুলি মন্তব্য কৰে প্ৰতিষ্ঠানখনৰ মাননীয় সঞ্চালক ড: অমল কটকী ডাঙৰীয়াই ৷
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
1 তথ্য পোৱা গ’ল