You don't have javascript enabled. Please Enabled javascript for better performance.

কাতি বিহু উপলক্ষে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দ্বাৰা আকাশ-বন্তি প্ৰজ্বলন

Start Date: 19-10-2019
End Date: 31-10-2021
কাতি বিহু উপলক্ষে অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মাজুলীৰ মাজৰ দেউৰী নলনিপথাৰত ৰাজ্যবাসীৰ কল্যাণাৰ্থে সেৱা আগবঢ়ায়। উল্লেখযোগ্য যে, অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত মাজুলীত প্ৰথমবাৰৰ বাবে আয়োজিত কাতি বিহুৰ এই অনুষ্ঠানত এহাজাৰ এগছি আকাশ বন্তি জ্বলাই প্ৰাৰ্থনা জনোৱা হয়।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
1 তথ্য পোৱা গ’ল
679940

JAYANTA TOPADAR 3 বছৰ 10 হিচাপপূৰ্বে

सराहनीय प्रयास..असम का यह त्यौहार आशा का एक दीपक जलाकर भविष्य की उन्नति के लिए प्रार्थना करते हैं...हमारा राज्य धन-धान्य से भरा रहे...!!!