You don't have javascript enabled. Please Enabled javascript for better performance.

Star Sports India Network ত সম্প্ৰচাৰিত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সম্পূৰ্ণ সাক্ষাৎকাৰ

Start Date: 09-01-2020
End Date: 31-01-2023
উত্তৰ-পূবৰ দুৱাৰমুখ গুৱাহাটী মহানগৰী তথা অসমক দেশৰ এক অন্যতম বৃ্হৎ ক্ৰীড়াক্ষেত্ৰৰূপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বদ্ধপৰিকৰ ৰাজ্য চৰকাৰ। এই পোষকতাৰে মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ভাৰতৰ বৃ্হৎ ক্ৰীড়া সমাৰোহ “খেল’ ইণ্ডিয়া য়ুথ গেমছ”। অহা ১০ জানুৱাৰী, ২০২০ ৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই ক্ৰীড়া সমাৰোহৰ প্ৰাকক্ষণত Star Sports India Network ত সম্প্ৰচাৰিত হয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এক আছুতীয়া সাক্ষাৎকাৰ। এই সাক্ষাৎকাৰত ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ উত্তৰণ সন্দৰ্ভতো আলোকপাত কৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
1 তথ্য পোৱা গ’ল