You don't have javascript enabled. Please Enabled javascript for better performance.

অনন্যা-২

Start Date: 08-03-2020
End Date: 30-12-2023
সমাজ এখন সুস্থ আৰু সবল ৰূপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত নাৰী শক্তিৰ ভূমিকা অপৰিসীম । সাম্প্ৰতিক সময়ত, নিজৰ কৰ্মৰ দ্বাৰা আজিৰ নাৰীয়ে সমাজত এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। অনেক প্ৰত্যাহ্বান নেওচি সমাজৰ বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়াই অহা কেইগৰাকীমান উদ্যমী মহিলাৰ কৰ্মৰাজিৰ চানেকিৰে জনতাৰ চৰকাৰ মাই গভ অসমৰ উদ্যোগত আৰু অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ সহযোগত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে নিৰ্মাণ কৰা হৈছে অনন্যা-২ শীৰ্ষক এখনি তথ্যচিত্ৰ।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
1 তথ্য পোৱা গ’ল