বিনন্দীয়া অসম
- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
স্বচ্ছতাৰে জিলিকি উঠা আপোনাৰ পৰিচিত অঞ্চল অথবা গাঁওখন
Start Date: 20-03-2020
End Date: 30-04-2020
চাফ-চিকুণতা তথা পৰিষ্কাৰ-পৰিচ্ছন্নতাই হৈছে সুস্থ আৰু সবল ...
বিতং তথ্য গোপন কৰক
Biswajit Khound 4 বছৰ 2 সপ্তাহ পূৰ্বে
আমাৰ গাৱৰ পৰিবেশ যথেষ্ট ভাল । যথেষ্ট গছ গছনি আছে । লক দাউনৰ সময়ছোৱা ঘৰতে কটালো । গাৱলীয়া সমাজ বাবে অনবৰতে ঘৰৰ ভিতৰতে সোমাই থকা সম্ভৱ নহয় । গৰু -গাই চাব আৰু ঘাহ পানী যোগান ধৰিব লাগে । কিন্তু সেইবুলি মহামাৰীৰ ভয়াবহতা উপলব্ধি নকৰাকৈ থকা নাই । নিজৰ পৰিয়ালৰ লগতে চুবুৰিৰ মানুহ খিনিক এই বিষয়ে সজাগ কৰাৰ লগতে লৱ লগা সাৱধানতাৰ বিষয়ে অৱগত কৰাইছো । ৩০-০৩-২০২০ তাৰিখে গাৱৰ ৫০টা চাহ জনগোষ্ঠীৰ পৰিয়ালক আৰু কেইজনমানৰ সহযোগত খাদ্যবস্তু যোগান ধৰিলো । প্ৰতিমূহুত্ত্তে সজাগ হৈ থাকিলো আৰু আনকো সজাগ কৰি থাকিলো ।