You don't have javascript enabled. Please Enabled javascript for better performance.

Surajmal Chauhan: An Exemplar of Youth Engagement in Agriculture

Start Date: 15-12-2018
End Date: 31-12-2021
মৰিগাঁও জিলাৰ এগৰাকী উদ্যমী যুৱ কৃষক সূৰজমল চৌহান। বিশাল পৰিসৰত ধান, মৰাপাট, সৰিয়হৰ খেতি কৰা সুৰজমল চৌহানৰ বাবে কৃষি এতিয়া এক লাভজনক কৰ্মক্ষেত্ৰত পৰিণত হৈছে। কৃষিৰ পৰা হোৱা লাভাংশৰে বিভিন্ন কৃষি যন্ত্ৰ-পাতি ক্ৰয় কৰি তেখেতে কৃষিখণ্ডত স্বাৱলম্বিতাৰ এক নতুন চানেকি ডাঙি ধৰিছে। মাই গভ্ অসমৰ এটা দলে সুৰজমল চৌহানৰ সৈতে বাৰ্তালাপ কৰি তেখেতৰ কৃষিসম্বন্ধীয় বিভিন্ন অভিজ্ঞতা সম্পৰ্কে জ্ঞাত হৈছিল।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
1 তথ্য পোৱা গ’ল