You don't have javascript enabled. Please Enabled javascript for better performance.

Sitajakhala DUSS: A Six-Decade-Old Dairy Movement

Start Date: 21-12-2018
End Date: 31-12-2021
১৯৫৮ চনত মৰিগাঁও জিলাৰ আমলিঘাটত আৰম্ভ হৈছিল এক শ্বেত বিপ্লৱ| এই শ্বেত বিপ্লৱৰ আৰম্ভণি ঘটিছিল এক সমবায় উদ্যমৰ যোগেদি। আৰু এই উদ্যমৰ নাম আছিল - সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতি। সমবায় ভিত্তিক দুগ্ধ ব্যৱসায়ৰ বাটকটীয়া সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে বৰ্তমান এক বৃহৎ পৰিসৰত দুগ্ধ উৎপাদনৰ লগতে দুগ্ধজাত খাদ্যসামগ্ৰীৰ ব্যৱসায় কৰি আহিছে। সম্প্ৰতি এই সমবায় সমিতি খনৰ হাজাৰোধিক গোপালকৰ লগতে সহস্ৰাধিক পৰিয়াল এই সমবায় সমিতি খনৰ দ্বাৰা উপকৃত হৈছে। অসমত বাণিজ্যিক ভাৱে দুগ্ধ উত্পাদনৰ ক্ষেত্ৰত এক নতুন ধাৰাৰ সৃষ্টি কৰা সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ এই সফল যাত্ৰাৰ বিষয়ে কিছু কথাৰ গম লওঁ আহক।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
1 তথ্য পোৱা গ’ল