You don't have javascript enabled. Please Enabled javascript for better performance.

মেদবহুলতা নিয়ন্ত্ৰণ সন্দৰ্ভত চিকিৎসকৰ পৰামৰ্শ

Start Date: 08-01-2020
End Date: 31-01-2023
শৰীৰত মাত্ৰাধিক চৰ্বী জমা হোৱাৰ ফলত শিশু আৰু কিশোৰসকলৰ ক্ষেত্ৰত মেদবহুলতাই দেখা দিয়ে। ইয়াৰ ফলত উচ্চ ৰক্তচাপ, মধুমেহ, কিশোৰীৰ ক্ষেত্ৰত পেটৰ বিষ, ঋতুস্ৰাৱজনিত সমস্যা ইত্যাদিৰ দৰে অনেক সমস্যাই জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হয়। মেদবহুলতাৰ কাৰক, ইয়াৰ নিয়ন্ত্ৰণ ইত্যাদি সন্দৰ্ভত আহক সবিশেষ গম লও এটি ভিডিঅ’ৰ জৰিয়তে।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
1 তথ্য পোৱা গ’ল