সৃজনশীল শাখা
- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
আহক সুস্বাস্থ্যৰ বাবে খাদ্যাভ্যাস সলনি কৰো
Start Date: 17-03-2020
End Date: 28-02-2021
জনসংখ্যা বৃদ্ধি, সহজ উৎপাদন, আধুনিকতাৰ প্ৰভাৱ ইত্যাদি বিভিন্ন ...
বিতং তথ্য গোপন কৰক
Jyotiska boruah 3 বছৰ 12 হিচাপপূৰ্বে
নাহৰকটীয়া,নামৰূপ, জয়পুৰ অঞ্চলত বৰ্তমান জৈৱিক চাহ পদ্ধতিৰে চাহ উৎপাদনৰ পথ মুকলি হৈছে ৷ কিন্তু উপযুক্ত বজাৰৰ অভাৱত কিছু পৰিমানেহে লাভাম্বিত হৈছে ৷ এইবিলাক অঞ্চলত কেইজনমান কৃষকে এই পদ্ধতিৰে অৰ্থ উপাৰ্জন কৰিছে যদিও উপযুক্ত বজাৰৰ অভাৱত কেতিয়াবা বিভিন্ন সমস্যাত ভূগিৱলগীয়াও হৈছে ৷ চৰকাৰে এইক্ষেত্ৰত সহায় সহযোগীতা তথা যথোপযুক্ত উদ্যোগিক ভূমিকা পালন কৰিলে কৃষক সকল উপকৃত হোৱাৰ ওপৰিও নতুন প্ৰজন্মৰ বাৱে স্বাৱলম্বীতাৰ এক নিৰ্ণায়ক নতুন পথৰ সন্ধান হৱ ৷