সৃজনশীল শাখা
- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
আহক সুস্বাস্থ্যৰ বাবে খাদ্যাভ্যাস সলনি কৰো
Start Date: 17-03-2020
End Date: 28-02-2021
জনসংখ্যা বৃদ্ধি, সহজ উৎপাদন, আধুনিকতাৰ প্ৰভাৱ ইত্যাদি বিভিন্ন ...
বিতং তথ্য গোপন কৰক
Jyotiska boruah 4 বছৰ 2 সপ্তাহ পূৰ্বে
স্বাস্হ্যই পৰম ধন আৰু সম্পদ ৷ বৰ্তমান অসমৰ কৃষিত ৰাসায়নিক সাৰ,কীটনাশক দৰৱ সমূহৰ প্ৰয়োগৰ ফলত মানুহৰ শৰীৰত বিভিন্ন ৰোগৰ উপসৰ্গই দেখা দিয়াৰ উপৰিও শিশুৰ পৰা বয়োজেস্ঠ,তথা জীৱজন্তুও মৃত্যু মূখত পৰিছে ৷ জৈৱিক পদ্ধতিৰে কৃষি কৰ্ম কৰা আৰু কৃষক সকলৰ মাজত সজাগতাৰ সৃষ্টি কৰিৱলৈ ৰাজহুৱা সভা সমিতিৰ বৰ্তমান নিতান্তই প্ৰয়োজন হৈ পৰিছে ৷তদুপৰি অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলক ৰাসায়নিক সাৰ আৰু কীটনাশক দৰৱ পৰিহাৰ কৰি সম্পূৰ্ণ জৈৱিক চাহ উৎপাদনত চৰকাৰে উদগনি দিলে চাহৰ বজাৰৰ লগতে স্বাস্হ্যও সুন্দৰ হৱ ৷