You don't have javascript enabled. Please Enabled javascript for better performance.

আপোনাৰ প্ৰিয় ঠাই

Start Date: 30-01-2020
End Date: 28-02-2021

প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য্যৰ ভঁৰাল অসম। সেউজ অৰণ্য, পাহাৰ, নদ-নদী, আৰু ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য্যৰ ভঁৰাল অসম। সেউজ অৰণ্য, পাহাৰ, নদ-নদী, আৰু বিশাল মহাবাহু ব্ৰহ্মপুত্ৰই অসমৰ জেউতি দুগুণে চৰায়। প্ৰকৃতিয়েই নহয়, অসমৰ ঐতিহ্যময় কৃষ্টি, সংস্কৃতি আৰু বুৰঞ্জীয়ে অসমভূমিক দিয়ে অনন্য পৰিচয়। বহু হাজাৰ বছৰীয়া ইতিহাসৰ সাক্ষী অসমভূমি দেশৰ ভিতৰতে এক উল্লেখযোগ্য পৰ্যটনভূমি।

আপুনি নিশ্চয় অসমৰ বিভিন্ন পৰ্যটন স্থলী ভ্ৰমণ কৰিছে। এই ঠাইসমূহৰ ভিতৰত কোনখন ঠাই আপোনাৰ আটাইতকৈ প্ৰিয় আৰু কিয়? আপোনাৰ মতামত মন্তব্য আকাৰেৰে আমালৈ প্ৰেৰণ কৰিব পাৰে।

সকলো মন্তব্য
মুঠ অৱদান ( 58) অনুমোদিত অৱদানসমূহ (31) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (27) জমা বন্ধ
Reset
1 তথ্য পোৱা গ’ল
590

Indrajit sanduk 4 বছৰ 1 monthপূৰ্বে

ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্তৰ্গত গোৱালপাৰা জিলাৰ শ্ৰী সূৰ্য্য পাহাৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু ঐতিহাসিক সম্পদেৰে পৰিপূৰ্ণ এখন প্ৰত্নতাত্বিক স্থান| ই শ্ৰী সূৰ্য্য পাহাৰৰ পূৱ অংশত অৱস্থিত| ইয়াত উদ্ধাৰ হোৱা প্ৰত্নতাত্বিক ধ্বংসাৱশেষ আৰু ভাস্কৰ্য্যবোৰে পুৰণি অসম বুৰঞ্জীৰ কলা, সংস্কৃতি আৰু ধৰ্মীয় দিশটোৰ ওপৰত আলোকপাত কৰে| শ্ৰী সূৰ্য্যপাহাৰত থকা ভগ্নাৱশেষ বোৰে আমাক তিনিটা প্ৰধান ধৰ্ম- ব্ৰাহ্মণ্য (হিন্দু), বৌদ্ধ, আৰু জৈন ধৰ্মৰ বিষয়ে সমল যোগায়| ইয়াত এই তিনিটা ধৰ্মৰ ভগ্নাৱশেষ পূৰ্ব খ্ৰীষ্টাব্দৰ পৰা দেখিবলৈ পোৱ