You don't have javascript enabled. Please Enabled javascript for better performance.

NESC: A centre of international standard

Start Date: 27-01-2020
End Date: 31-01-2023
অসম দক্ষতা বিকাশ কেন্দ্ৰৰ অধীনত আৰু কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান, ছিংগাপুৰৰ সহযোগত উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতীৰ দক্ষতা বিকাশৰ লক্ষ্যৰে গুৱাহাটীত আৰম্ভ কৰা হৈছে চাৰিটাকৈ গুৰুত্বপূৰ্ণ পাঠ্যক্ৰম। উত্তৰ-পূব দক্ষতা কেন্দ্ৰত আৰম্ভ হোৱা এই পাঠ্যক্ৰমমূহ হ’ল ক্ৰমে – খুচুৰা বিক্ৰী সেৱা, সৌন্দৰ্য্য আাৰু সু-স্বাস্থ্য, খাদ্য আৰু পানীয় সেৱা আৰু আতিথ্য সেৱা তথা গৃহ ব্যৱস্থাপনা। এই পাঠ্যক্ৰমসমূহৰ বাবে অব্যাহত আছে নামভৰ্তি প্ৰক্ৰিয়া। চৰকাৰী প্ৰচেষ্টাত প্ৰথমবাৰৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপে উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলৰ নিয়োগৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব। এই পাঠ্যক্ৰম গ্ৰহণ কৰা শিক্ষাৰ্থীসকলৰ বাবে অসমৰ লগতে অসমৰ বাহিৰতো নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব উত্তৰ-পূব দক্ষতা কেন্দ্ৰই। আগ্ৰহীসকলে এই বিষয়ে সবিশেষ জানিবলৈ তলত উল্লেখ কৰা নম্বৰসমূহৰ সৈতে যোগাযোগ কৰিব পাৰে ৯৯৫৪৫ ১৮৮৯৫ ৮১০০০ ২৫৮৭০ ৭০০২৩ ২০৬৭৩ ৭০০২০ ৯৮৭৮৮
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
1 তথ্য পোৱা গ’ল
62310

Sabir Ahmed 4 বছৰ 1 monthপূৰ্বে

উত্তৰ-পূব দক্ষতা কেন্দ্ৰ সৌন্দৰ্য্য আাৰু সু-স্বাস্থ্য এই চৰকাৰী প্ৰচেষ্টাত প্ৰথমবাৰৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপে উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলৰ নিয়োগৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি| এই অসমচৰকাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ