You don't have javascript enabled. Please Enabled javascript for better performance.

আমাৰ আলহী আঁচনিৰ দ্বাৰা স্বাৱলম্বী উজ্জ্বল বুঢ়াগোহাঞি

Start Date: 04-01-2020
End Date: 31-01-2023
প্ৰকৃতিৰ অপৰূপ শোভা, জৈৱবৈচিত্ৰতা আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ বাৰেৰহণীয়া সাংস্কৃতিক ঐতিহ্যৰে ভৰা আমাৰ ৰাজ্যখন বিশ্বৰ এক অন্যতম পৰ্যটন ক্ষেত্ৰৰূপে পৰিগণিত হৈ আহিছে। পৰ্যটন উদ্যোগৰ প্ৰচুৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ পৰ্যটন ক্ষেত্ৰখন অধিক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ পৰ্যটন বিভাগে ৰূপায়ণ কৰিছে “আমাৰ আলহী” আঁচনি। ইয়াৰ অধীনত পৰ্যটন ক্ষেত্ৰখনক এক সম্ভাৱনাময় ক্ষেত্ৰলৈ পৰিণত কৰাৰো পোষকতা কৰিছে ৰাজ্যৰ পৰ্যটন বিভাগে। অসম চৰকাৰৰ পৰ্যটন বিভাগৰ “আমাৰ আলহী” আঁচনিৰ দ্বাৰা উপকৃত হৈছে শিৱসাগৰৰ উজ্জ্বল বুঢ়াগোহাঞি নামৰ যুৱকজন। এই আঁচনিৰ সুবিধা লাভ কৰি বৰপেটা জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত “কেম্প বাফেল্ল’ ৰিট্ৰিট” নামেৰে এক ৰিজৰ্ট স্থাপন কৰি যুৱকজনে সহজেই মুকলি কৰি ল’বলৈ সক্ষম হৈছে স্বাৱলম্বিতাৰ এক নতুন পথ। আহক এটি ভিডিঅ’ৰ জৰিয়তে উজ্জ্বল বুঢ়াগোহাঞিৰ কৰ্মোদ্যমৰ এক আভাস লও।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
1 তথ্য পোৱা গ’ল
1893870

Nasim Kutchi 4 বছৰ 2 হিচাপপূৰ্বে

Time to time there should be a changes required for all domestic animals, A camp of buffalo is one of the most important and foremost thing which should be taken forward with in a soon period of time with a tent and a bamboo.Animals should be treated as second subject for the country.