You don't have javascript enabled. Please Enabled javascript for better performance.

শিশুৰ পৰিপুষ্টি সম্পৰ্কীয় কিছু গুৰুত্বপূৰ্ণ দিশ

Start Date: 07-12-2019
End Date: 31-12-2022
আমাৰ দেশত শিশুৰ মৃত্যুৰ এক অন্যতম প্ৰধান কাৰণ হ’ল পুষ্টিহীনতা। পুষ্টিহীনতাই শৰীৰ দুৰ্বল কৰাৰ লগতে হ্ৰাস কৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা। সঠিক পৰিপুষ্টিৰ দ্বাৰাহে শিশুৰ স্বাস্থ্য সুৰক্ষা সম্ভৱ। শিশুৰ সুস্থ সবল স্বাস্থ্যৰ বাবে পৰিপুষ্টিৰ দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰাটো প্ৰতিগৰাকী অভিভাৱকৰেই প্ৰধান দায়িত্ব । আহক সঠিক পৰিপুষ্টিৰদ্বাৰা সমাজৰ প্ৰতিগৰাকী শিশুৰ স্বাস্থ্য সুৰক্ষা সুনিশ্চিতকৰণ সন্দৰ্ভত সবিশেষ গম লওঁ এটি ভিডিঅ’ৰ জৰিয়তে।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
1 তথ্য পোৱা গ’ল
4451820

Bhawna 4 বছৰ 4 হিচাপপূৰ্বে

While it remains an essential nutrient at various stages in life, kids need Calcium the most because of their rapidly developing bone structure. You might think that giving a glass of milk would be enough to meet the needs but it’s not.10 Thus, adding Horlicks can help you bridge the gap between the requirement and the consumption of Calcium in your kid.