You don't have javascript enabled. Please Enabled javascript for better performance.

৭০ তম সংবিধান দিৱ্স উপলক্ষে ৰচনা প্ৰতিযোগিতা

Start Date: 25-11-2019
End Date: 20-12-2019

দেশৰ ৭০তম সংবিধান দিৱসৰ লগত সংগতি ৰাখি জনতাৰ চৰকাৰ মাই গভ অসমৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

দেশৰ ৭০তম সংবিধান দিৱসৰ লগত সংগতি ৰাখি জনতাৰ চৰকাৰ মাই গভ অসমৰ উদ্যোগত আয়োজন কৰা হৈছে এখনি ৰচনা প্ৰতিযোগিতাৰ।অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই প্ৰতিযোগিতা মুকলি থাকিব।

প্ৰতিযোগিতাত বিজয়ী তিনিগৰাকী বিজয়ীক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ স্বাক্ষৰ সম্বলিত প্ৰশংসা পত্ৰ প্ৰেৰণ কৰা হ’ব।

বিষয়ঃ ভাৰতীয় গণতন্ত্ৰত সংবিধানৰ গুৰুত্ব
ভাষাঃ ইংৰাজী অথবা হিন্দী
শব্দ সংখ্যাঃ সৰ্বোচ্ছ ৫০০
যোগদানৰ অন্তিম তাৰিখঃ ২০ ডিচেম্বৰ, ২০১৯

নিয়ম আৰু চৰ্তাৱলী :

• হাতে লিখা পৃষ্ঠাসমূহ স্কেন কপি (Scanned Copy) কৰি অথবা Word/pdf ফাইল প্ৰেৰণ কৰাটো প্ৰয়োজনীয়।
• ৰচনাসমূহ assam.mygov.in ৰ কাৰ্য শিতানৰ মন্তব্য শাখাৰ যোগেদি প্ৰেৰণ কৰিব লাগিব।
• ৰচনাখন ৫০০ টা শব্দতকৈ অধিক হ’ব নোৱাৰিব।
• অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাই গ্ৰহণযোগ্য।
• পৃষ্ঠাসমূহত পৃষ্ঠা নম্বৰ উল্লেখ কৰাটো বাঞ্চনীয়।
• সম্পূৰ্ণ নাম, ঠিকনা, যোগাযোগ নম্বৰ আৰু শ্ৰেণী ৰচনাখনৰ প্ৰথম পৃষ্ঠাত উল্লেখ থাকিব লাগিব।
• এগৰাকী প্ৰতিযোগীৰ পৰা এখন ৰচনাহে গ্ৰহণ কৰা হ’ব।
• ৰচনা মৌলিক হোৱাটো বাধ্যতামূলক। অইন কোনো উৎসৰ পৰা লিখনি প্ৰতিলিপি কৰাৰ বিষয়ে অৱগত হ’লে তেনে ৰচনা অযোগ্য হিচাবে বিবেচিত হ’ব।
• প্ৰেৰণ কৰা ৰচনাসমূহ মাই গভ অসমৰ সম্পত্তি হিচাবে বিবেচিত হ’ব।
• ফলাফল ঘোষণা আৰু বিজয়ী নিৰ্বাচনৰ ক্ষেত্ৰত জনতাৰ চৰকাৰ মাই গভ্‍ অসমৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হিচাবে বিবেচিত হ’ব।

সকলো মন্তব্য
মুঠ অৱদান ( 108) অনুমোদিত অৱদানসমূহ (62) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (46) জমা বন্ধ
Reset
1 তথ্য পোৱা গ’ল
156150

RAJAT MITTAL 4 বছৰ 3 হিচাপপূৰ্বে

Union HRD (Human Resurce Development) Minister Shri Ramesh Pokhriyal ‘Nishank’ launched the kartavya.ugc.ac.in portal on the occasion of ‘Constitution Day’ as govt has decided to run a Nagrik Kartavya Palan Abhiyan from 26th November 2019 to 26th November 2020, to create mass awareness about the Fundamental Duties.

The portal will be used primarily for holding monthly essay competitions for students as well as other activities like quizzes, debates, poster making etc.