- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
অসম দিৱস উপলক্ষে সদৌ অসম ভিত্তিত কুইজ প্ৰতিযোগিতা - প্ৰজ্ঞা অসম
২ ডিচেম্বৰ অসম দিৱস উপলক্ষে জনতাৰ চৰকাৰ মাই গভ অসমৰ উদ্যোগত আৰু ...
২ ডিচেম্বৰ অসম দিৱস উপলক্ষে জনতাৰ চৰকাৰ মাই গভ অসমৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়, অসমৰ সহযোগত অহা ৩০ নৱেম্বৰত এখনি সদৌ অসম ভিত্তিত কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। উচ্চতৰ মাধ্যমিক স্তৰৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে আয়োজন কৰা এই প্ৰতিযোগিতা মুলতঃ অসমকেন্দ্ৰিক। অসমৰ বুৰঞ্জী, কলা-সংস্কৃতি, সাহিত্য, ক্ৰীড়া আদি বিভিন্ন বিষয়বস্তুক সাঙুৰি আয়োজন কৰা হৈছে এই প্ৰতিযোগিতাৰ।
· অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলে যিকোনো শিক্ষানুষ্ঠানৰ সৈতে মিলি (Cross Team) দুজনীয়া দল গঠন কৰি অংশগ্ৰহণ কৰিব পাৰে।
· অংশগ্ৰহণ বিনামূলীয়া
· এখন শিক্ষানুষ্ঠানৰ পৰা কেইবাটাও দলে অংশগ্ৰহণ কৰিব পাৰে
স্থান : ডঃ বাণীকান্ত কাকতি প্ৰেক্ষাগৃ্হ, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, গুৱাহাটী
তাৰিখঃ ৩০ নৱেম্বৰ
পঞ্জীয়নৰ সময়ঃ পুৱা ১০ বজাৰ পৰা
প্ৰাৰম্ভিক প্ৰতিযোগিতাৰ সময়ঃ দিনৰ ১২.১৫ বজা
চূড়ান্ত প্ৰতিযোগিতাৰ সময়ঃ দিনৰ ১ বজাৰ পৰা
প্ৰথম পুৰস্কাৰ : ১০,০০০ টকা
দ্বিতীয় পুৰস্কাৰ : ৭,০০০ টকা
তৃতীয় পুৰস্কাৰ : ৫,০০০ টকা
চূড়ান্ত প্ৰতিযোগিতালৈ নিৰ্বাচিত প্ৰতিগৰাকী প্ৰতিযোগীলৈ প্ৰশংসা পত্ৰ।
নিয়মাৱলী:
• এই কুইজ প্ৰতিযোগিতা কেৱল উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ বৰ্তমানে অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকলৰ বাবেহে মুকলি থাকিব।
• অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলে লগত পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক।
• প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে দুজনীয়া দল গঠন হ’ব লাগিব।
• চূড়ান্ত প্ৰতিযোগিতাৰ বাবে ৬ টা দল নিৰ্বাচন কৰা হ’ব।
• প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে প্ৰতিযোগীসকলে মাই গভ অসম পৰ্টেলত নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব।
• যিকোনো তথ্যৰ বাবে মাই গভ অসমৰ ফেচবুক, টুইটাৰ অথবা ইনষ্টাগ্ৰাম পৃষ্ঠাৰ সৈতে যোগাযোগ কৰিব পাৰিব।
Madhurya Goswami 4 বছৰ 4 হিচাপপূৰ্বে
Name of the participants-
1.Tridib Bhagabati
BA 3rd Semester,
Cotton University,Panbazar
2.Madhurya Goswami
HS 2nd year, Cotton University