You don't have javascript enabled. Please Enabled javascript for better performance.

আমাৰ পণ, সঠিক পোষণ

Start Date: 22-11-2019
End Date: 30-11-2022
কেন্দ্ৰীয় চৰকাৰৰ পোষণ অভিযানৰ অধীনত ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে সফলতাৰে কাৰ্যকৰী হৈছে বিভিন্ন সজাগতামূলক কাৰ্যসূচী। অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ উদ্যোগত এই পোষণ অভিযানৰ দ্বাৰা সুনিশ্চিত হৈছে ৰাজ্যৰ শিশু, কিশোৰ-কিশোৰী আৰু গৰ্ভৱতী মাতৃৰ পৰিপুষ্টি তথা স্বাস্থ্য সুৰক্ষা । আহক এটি ভিডিঅ’ৰ জৰিয়তে পোষণ অভিযানৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ গুৰুত্ব সম্পৰ্কে বিতংভাৱে অৱগত হওঁ।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
1 তথ্য পোৱা গ’ল