You don't have javascript enabled. Please Enabled javascript for better performance.

Uttarkuchi : Beating plastic pollution with natural products

Start Date: 04-10-2019
End Date: 31-10-2020
নিজৰ আগ্ৰহ আৰু কৰ্মোদ্যম থাকিলে অসম্ভৱক সহজেই সম্ভৱ কৰি তুলিব পাৰি।গাঁওবাসীৰ ঠিক একেই আগ্ৰহৰ বাবেই জিলিকি উঠিছে বাক্সা জিলাৰ উত্তৰকুছি গাঁওখন। অতীজৰে পৰা গাঁওবাসীয়ে বিভিন্ন উৎসৱ পাৰ্বনত খাদ্যবস্তু ৰাখিবলৈ গছৰ পাতৰ দোনা প্ৰস্তুত কৰাৰ নিয়ম প্ৰচলিত আছে। কিন্তু সময়ৰ ধামখুমীয়াত আৰু প্লাষ্টিকজাত সামগ্ৰীৰ আগ্ৰাসনে এই ব্যৱস্থালৈ কঢ়িয়াই আনিছিল ভাবুকি। কিন্তু স্থিতপ্ৰজ্ঞ গাঁওবাসীৰ আন্তৰিক প্ৰচেষ্টাই এই গাঁওখনক এতিয়াও প্লাষ্টিকমুক্ত পৰিৱেশেৰে সুন্দৰ কৰি ৰখাৰ ক্ষেত্ৰত অৰিহণা যোগাইছে।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
1 তথ্য পোৱা গ’ল