You don't have javascript enabled. Please Enabled javascript for better performance.

পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত উজলিছে বৰপেটা জিলাৰ বেলনা গাঁও

Start Date: 04-10-2019
End Date: 31-10-2020
বৰপেটা জিলাৰ বজালী মহকুমাৰ অন্তৰ্গত এখন গাঁও। নাম- বেলনা। গাঁওবাসীৰ কিছু ব্যতিক্ৰমী প্ৰচেষ্টাৰ বাবে বৰ্তমান ৰাজ্যৰ ভিতৰতে এক সুকীয়া পৰিচয়েৰে জিলিকি উঠিছে এইখন গাঁও। ইতিবাচক ধ্যান-ধাৰণা আৰু দূৰদৰ্শী মানসিকতাৰে নিজৰ গাঁওখন স্বচ্ছতাৰে উজলাই তুলিছে গাঁওবাসীয়ে। প্লাষ্টিক বৰ্জন কৰি ইয়াৰ বিকল্প সামগ্ৰী ব্যৱহাৰ আৰু গছপুলি ৰোপণেৰে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত এশ শতাংশই সফলতা অৰ্জন কৰিছে গাঁওখনৰ ৰাইজে। গাঁৱৰ ৰাইজৰ এনে প্ৰচেষ্টাক স্বীকৃতি জনাই ২০১৮ চনত অসম চৰকাৰে এই বেলনা গাঁৱক সেউজ আৰু স্বচ্ছ গাঁও হিচাবে ঘোষণা কৰিছিল।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
1 তথ্য পোৱা গ’ল