You don't have javascript enabled. Please Enabled javascript for better performance.

‘অসম চাইবাৰ সুৰক্ষা নীতি-২০১৯ (খচৰা)’ ৰ বাবে পৰামৰ্শৰ আহ্বান

Start Date: 20-09-2019
End Date: 30-09-2019

ৰাজ্যৰ চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত এক শক্তিশালী নীতি প্ৰস্তুত কৰাৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

ৰাজ্যৰ চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত এক শক্তিশালী নীতি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত অসম চৰকাৰৰ তথ্য-প্ৰযুক্তি বিভাগে এখন খচৰা প্ৰস্তুত কৰিছে। এই নীতিৰ মূল উদ্দেশ্য হৈছে, নাগৰিক আৰু ব্যৱসায়ৰ ৰক্ষণাবেক্ষণৰ লগতে চৰকাৰৰ এক বহনক্ষম চাইবাৰ সুৰক্ষাৰ আন্ত:গাথনিৰে ৰাজ্যত এক সুৰক্ষিত চাইবাৰ ক্ষেত্ৰ গঢ়ি তোলা।

এই উদ্দেশ্যে নাগৰিক, ব্যৱসায়িক গোট অথবা অন্য কোনো আগ্ৰহী লোকৰ পৰা মূল্যবান দিহা-পৰামৰ্শ বিচৰা হৈছে। ৩০ ছেপ্তেম্বৰৰ ভিতৰত আপোনাৰ পৰামৰ্শ আমালৈ প্ৰেৰণ কৰিব পাৰে, itdepartment-as@assam.gov.in-ৰ যোগেদি। পৰামৰ্শ পঠিওৱাৰ অন্তিম দিন ৩০ ছেপ্তেম্বৰ।
‘অসম চাইবাৰ সুৰক্ষা নীতি-২০১৯ (খচৰা)’-লৈ প্ৰেৰণ কৰা আপোনাৰ দিহা-পৰামৰ্শই আমাক এক সৱল নীতি প্ৰস্তুত কৰাত সহায় কৰিব।

অসম চাইবাৰ সুৰক্ষা নীতি ২০১৯ ৰ খচৰাৰ বাবে ক্লিক কৰক এই লিংকত :

অসম চাইবাৰ সুৰক্ষা নীতি-২০১৯ (খচৰা)

সকলো মন্তব্য
Reset
1 তথ্য পোৱা গ’ল