You don't have javascript enabled. Please Enabled javascript for better performance.

Suggestions Invited For Large-Scale Rainwater Harvesting

Start Date: 01-07-2017
End Date: 30-07-2022

অসমৰ গড় হিচাবে বাৰ্ষিক বৰষুণৰ পৰিমাণ হৈছে ২৮১৮ মিমি, য’ত কেৱল ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

অসমৰ গড় হিচাবে বাৰ্ষিক বৰষুণৰ পৰিমাণ হৈছে ২৮১৮ মিমি, য’ত কেৱল গুৱাহাটী চহৰতে বাৰ্ষিক ১৬৯৮ মিমি বৰষুণ হয়। অৱশ্যে এই বৰষুণৰ প্ৰৱণতা সুষম নহয়, অঞ্চল ভেদে ভিন ভিন। ফলত ইয়াৰে কিছুমান ঠাই হৈ পৰে অতিমাত্ৰা বৰষুণৰ ঠাই, আৰু অইন অঞ্চল হৈ পৰে বৰষুণ বিহীন অঞ্চল। ইয়াতে আহি পৰে বৰষুণৰ পানী সংৰক্ষণৰ গুৰুত্ব।
অসমত বৰষুণৰ পানী সংৰক্ষণৰ বিশেষ গুৰুত্ব আছে। যদি এই সংৰক্ষণ বৃহত কলেবৰত কৰিব পৰা যায় তেন্তে ই বানপানীকে ধৰি খৰাং, ভূমি স্খলন, পানীৰ অভাৱ আদি সমস্যা সমূহ সমাধান কৰাত সহায়ক হৈ উঠাৰ যথেষ্ট থল আছে। সংৰক্ষিত পানী বিভিন্ন কাম কাজ যেনে কৃষি, পশুপালন, আন্ত:গাথনি উন্নয়ন আদিৰ কামতো ব্যৱহাৰ কৰিব পাৰি।
অসম চৰকাৰে বৃহত পৰিসৰৰ বৰষুণৰ পানী সংৰক্ষণৰ বিভিন্ন দিশ সম্পৰ্কে ৰাইজৰ পৰা দিহা-পৰামৰ্শ তথা মতামত কামনা কৰিছে। এই পৰামৰ্শই এই গুৰুত্বপূৰ্ণ বিষবস্তুটোৰ ক্ষেত্ৰত বিভিন্ন আঁচনি প্ৰস্তুতকৰণত অসম চৰকাৰক নিশ্চয়কৈ সহায় কৰিব।

সকলো মন্তব্য
#Assam, #MyGov, #Science&Technology, #RainWaterHarvesting
Reset
1 তথ্য পোৱা গ’ল
207260

Mandar Das 4 বছৰ 7 হিচাপপূৰ্বে

Across the globe, almost everyone of us are experiencing imbalaces in our ecological system and for this we human race is itself to be blamed. Due to thick plantation and geographical terrain, the state almost every year is experiencing heavy to major rainfall which immensely disturbs normal habitat. If we start adopting the practice of rain water harvesting, we might able to tackle both the situations - at the time of scarcity of water & safe water to have during the floods.