সৃজনশীল শাখা
- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
আপোনাৰ তিনিটা প্ৰিয় ভূপেন্দ্ৰ সংগীত
Start Date: 07-09-2019
End Date: 01-10-2019
ভাৰত ৰত্ন ড: ভূপেন হাজৰিকাদেৱক ওপজা দিনত স্মৰণ ...
বিতং তথ্য গোপন কৰক
সমাপ্তি
ভাৰত ৰত্ন ড: ভূপেন হাজৰিকাদেৱক ওপজা দিনত স্মৰণ
অসমৰ সঙ্গীতৰ আকাশত সদায়েই জিলিকি থকা এটি ভোটাতৰা হৈছে ভাৰত ৰত্ন ড: ভূপেন হাজৰিকা। দেশৰ সংগীতৰ ক্ষেত্ৰখনলৈ হাজৰিকা দেৱে আগবঢ়োৱা অৱদান দেশবাসীয়ে সদায়েই স্মৰণ কৰিব।
একেধাৰে গায়ক, সুৰকাৰ, গীতিকাৰ, সংগীত আৰু চলচ্চিত্ৰ পৰিচালক সুধাকণ্ঠ ড: ভূপেন হাজৰিকা দেৱৰ ৮ ছেপ্তেম্বৰত ওপজা দিন। প্ৰিয় গীতেৰে মহান সংগীতজ্ঞ গৰাকীক জন্মদিনত স্মৰণ কৰো আহক।
আপোনাৰ প্ৰিয় তিনিটা ভূপেন্দ্ৰ সংগীত তলত মন্তব্য আকাৰে উল্লেখ কৰক।
AJAY DAS GUPTA 4 বছৰ 7 হিচাপপূৰ্বে
My favourites:
1. Biswo Bijoyi Naujawan
2. Bistirno Parore
3. Gupute Gupute Kimaan Khelim