You don't have javascript enabled. Please Enabled javascript for better performance.

Mitali Gogoi Dutta: Icing on the Cake

Start Date: 29-08-2018
End Date: 31-08-2021
ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ সহায়েৰে খাদ্য পৰ্যটন উদ্যোগী হিচাবে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে গুৱাহাটীৰ মিতালী গগৈ দত্ত। বৰ্তমান সময়ত খাদ্য প্ৰস্তুতকৰণৰ ক্ষেত্ৰত আগ্ৰহী যুৱক-যুৱতীসকলৰ মাজত তেওঁ অতিকৈ জনপ্ৰিয়। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি বহু আগ্ৰহী যুৱক-যুৱতীয়ে মিতালী গগৈ দত্তৰ পৰা প্ৰশিক্ষণ লৈ স্বাৱলম্বনৰ পথ মোকলাই ল’বলৈ সক্ষম হৈছে। নাৰী সৱলীকৰণৰ ক্ষেত্ৰত এক নিদৰ্শন দাঙি ধৰিছে এইগৰাকী উদ্যমী মহিলাই।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
1 তথ্য পোৱা গ’ল